চিলাই কলচিলাই মেচিন

চিলাই কৰ্ (Assamese) [ Roman: si.lai kor]
Contributed by: Partha P Sarmah on 2007-02-24
1. (Verb-Trans.) to make garments according to need and size.To make something e.g. a course etc. for a particular purpose and individual needs. কাপোৰ কাটি গাইগুটীয়া প্ৰয়োজন বা জোখ অনুসৰি চোলা, পটলুং, চুৰিদাৰ আদি তৈয়াৰ কৰা৷ ইংৰাজীত tailor ৰ এক অতিৰিক্ত অৰ্থতো ব্যৱহাৰ হয়:কিবা পাঠ্যক্ৰম, কৰ্ম/ ভ্ৰমণ সূচী আদি গাইগুটীয়া প্ৰয়োজন অনুসৰি তৈয়াৰ/প্ৰস্তুত কৰা৷ অসমীয়াত ইয়াৰ বাবে 'সজোৱা' বা 'প্ৰস্তুত কৰা'ব্যৱহাৰ কৰা হয়৷
English: tailor,
Assamese: চিলাই কৰ্

Contributed by: ৰূপকমল on 2007-02-24
2. (Verb-Trans.) to sew with a long loose stitch which holds two pieces of material together until they are stitched more effectively দীঘল দীঘল ফোৰ দি চিলাই কৰ্
English: baste,
Assamese: চিলাই কৰ্